পৃষ্ঠা:চিত্ৰ-ভাগৱত.pdf/১৩৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

________________

চিত্ৰ-ভাগৱত ( ১৪৬ } चित्र-भागवत কোনো বা তাৰ তলত কৃষ্ণৰূপে থিয় দি আছে। কোনো নীdী ভৰ নীৰ জন্য কম বৰুৱী। ৰূৰু মীনী যদি বা গোপী যশোদা হৈ কোনো গোপীৰূপ কৃষ্ণক সাৱটি ধৰিছে। ধীৰ ৰূিষী নীতী জম্যাজী বন্ধ দ্বী। L. N2 85B এing তৃণাবৰ্ত্তৰ বেশে শিলাত পৰিছা। গোপী কৃষ্ণ যশোদা হুইছা। হুইছা। কৃষ্ণ হুইছা। বংশী ডাক দিছ। কৃষ্ণ হুই গোপীৰ কান্ধত হাত থৈছা। কোনোবা গোপীৰূপ কৃষ্ণই আন গোপীৰূপ তৃণাৱৰ্ত্ত অসুৰক জীঃ লীবীকা জম্ম কুমৰী সত্ৰীক ৰন অল্প লব্দী গলত টিপি মাৰি তাৰ ওপৰত বহিছে। কোনোবা গোপী কৃষ্ণ ম্ৰোহ্মৰ ভন ভৰ শ্ৰী। জীঃ সীৰী ঘা অন দ্বী , স্বীৰ হৈছে আৰু কোনো গোপী যশোদা হৈ তেওঁৰ কাষত থিয় দি জী নীতী যমী ৮ীৰ ভৰব্দ যা ভী ঈ। জাই মত্ৰিী আছে। কোনোবা গোপী শিশুকৃষ্ণ হৈ আই কাঢ়ি ফুৰিবলৈ যি জন্য ভীৰ মুল জৈন্ধ ঘুমন লসী। দীৰু নীঘিয়াঁ ধৰিছে। কোনো গোপী যশোদা হৈ কোনো গোপীৰূপ কৃষ্ণক এৰাৰ গ্ৰান্ধী অন্ধকাৰ ব্ৰহ্মাৰা মিলয় ৰূৰ ৰন্ধী। জীৰ হাতেৰে ওপৰলৈ তুলি দিগ, দিগ, দিছে। কোনো দুজনী মীৰী ঘাব্দ উৰ ৰমী ৰজা ৰী। জীৰ গীবী অনী ঘা গোপীয়ে পৰস্পৰে পৰস্পৰৰ হাতত ধৰা ধৰি কৰি বকাসুৰৰ ভাও বনৰূৰ কুমাৰী নাৰী ঘৰৰ ব্ৰাঁ দায় ৰৱন্ধৰ ৰহীহ্মী লিৰ কৰিছে। কোনোবা গোপীয়ে কৃষ্ণৰ দৰে মধুৰ বংশী বজাইছে। নানী নাসিমান্ধা স্ম ৰূৰ ৰছী। কোনোবা গোপী নিজক কৃষ্ণ কৰি আন গোপীৰ কান্ধত নিজৰ বাওঁ হাত থৈ বংশীৰ ধ্বনিৰে যেন আকৃষ্ট হৈ গোপীক টানি আনিছে।