পৃষ্ঠা:চিত্ৰ-ভাগৱত.pdf/১৩৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

________________

চিত্ৰ-ভাগৱত | ( ১৪৫) चित्र-भागवत তেওঁলোকে যে কেৱল গছবোৰকেই কৃষ্ণৰ খবৰ সুধিছে এনে এ জি ভাষা হাজী ৱৰৰ সুস্থ ৰী টা বী। নহয়,-গছৰ ডালত, বননিত, আৰু পানীত যিবোৰ চৰাই বন্ধী হনিীৰ, মন স্বীয় স্তন বিভিীৰ মী জন্ধী বৰ লী। আছিল, সেই চৰাইবোৰতো কৃষ্ণৰ খবৰ লৈছিল। কোনো জায় বীণী জিৰ বস্তু নীৰ ভী ভাজৰ মাৰম বিমীৰ তীব্দৰ গোপীয়েব গছৰ গুৰিত থিয় হৈ কৃষ্ণ ভাৱত বিভোৰ হৈ “তুমি “নুন দমাৰ হৃদ্যন্ধী ৰৱৰৰ হী, নুন ভল সিয় দী” – ৰ আমাৰ কৃষ্ণৰ খবৰ দিয়া, তুমি তেওঁৰ প্ৰিয়” ইত্যাদি কথা কৈ আব্দুল দ্বী বম্বী।। আকুল হৈছে। LW984A তৃণাবৰ্ত হুই গোপী গোপীক হৰিছা। পূতনাৰ বেশে তন দিছা। শকট হুয়া গোপী বহিছা; কৃষ্ণ হুয়া চৰণে উভতাইছা। যশোদাৰ বেশে গোপীক সাবটাইছা। গোপী বিলাক কৃষ্ণভাবত ইমান মুগ্ধ হৈ পৰিল যে তেওঁলোকে মিয়াঁ মানুষ বুননী মুশ্ব ক্ষী অভী জি ৰ স্বীদ্য স্বী শ্ৰীকৃষ্ণৰ শিশুলীল। নিজে নিজে কৰি আনন্দ কৰিবলৈ ধৰিলে। সিলীলা স্বামী স্বাৰ ৰূৰব্ধ ঝান মনান শী। হ্মধু কোনোৱে দৈত্যবেশ ধৰি, কোনো গোপীৰূপ কৃষ্ণক কান্ধত তুলি বৰ ঘৰ জৰ ৰিী সৰীত্ব আজী ঘৰ ভাল লানী ওপৰলৈ লৈ গৈছে। কোনোবা গোপী পূতনা হৈ কোনো গোপীৰূপ। স্বীয় মন্ত্ৰী জুনলা দ্বীৰ জিৰী শীষী জান্ধী দল কৃষ্ণক স্তনপান কৰাইছে। কোনোবা গোপী শকটাকাৰ ধাৰণ কৰিছে, বিলানী। জাং শীঘী সাজো কৰ ৰস ৰূনী , হৃীৰ