পৃষ্ঠা:চিত্ৰ-ভাগৱত.pdf/১০৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
চিত্ৰ-ভাগৱত
चित्र-भागवत
( ৮৭ )
 প্ৰলম্বে প্ৰাণ ছাড়ি পবিলা।  ৰামক কৃষ্ণে আশ্বাস কৰিছা। গোপগণ।  

গল। প্ৰলম্ব অসুৰ মৰা দেখি গন্ধৰ্ব্বই খোল বাইছে আৰু বিদ্যাধৰে নাচিছে। কৃষ্ণই সন্তোষ লাভ কৰি বলদেৱক আলিঙ্গন কৰিছে; আৰু এওঁলোকৰ পিছৰ ফালে থাকি অন্যান্য গোপবালক- বিলাকেও আগহাত দাঙি বলদেৱক ধন্যবাদ দিছে।

करके गिर पड़ा। प्रलम्ब असुरको मरते देखकर गंधर्व खोल बजा रहे हैं और विद्याधर नाच रहे हैं। कृष्ण संतोष पाकर बलदेवको आलिंगन करता है; गोपबालकगणभी दाहिने हाथ उठा उठाकर बलदेवको धन्यवाद दे रहे हैं।

কৃষ্ণৰ কান্ধ বগাই গোপগণে হৰিষ কৰিছা। কৃষ্ণ। ৰাম। সুদাম।  

 কৃষ্ণ-বলৰামৰ গোপবালকৰ সৈতে খেলা:—প্ৰলম্বাসুৰক মাৰাৰ পিছত কৃষ্ণ-বলৰাম আদি গোপবালকবিলাকে আকৌ সেই

 कृष्ण-बलरामको गोपबालकोंके साथ क्रीड़ा: प्रलंब असुरको मारने के बाद कृष्ण बलराम आदि गोपबालकगण