পৃষ্ঠা:চিত্ৰ-ভাগৱত.pdf/১০৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
চিত্ৰ-ভাগৱত
चित्र-भागवत
( ৮৬ )

শিঙা আৰু হাতত লৰু লৈ আছে। ইফালে দৈত্যই বলদেৱৰ অসহা ভাৰ বহন কৰিব নোৱাৰি গোপবেশ এৰি নিজৰ ভয়ঙ্কৰ অসুৰ মূৰ্ত্তি ধৰি বলৰামক কান্ধত লৈ আছে। বলদেৱ অসুৰৰ কান্ধত উঠি উৰতত হাত থৈ নিৰ্ভয়ে বহি আছে।

ले लिये हैं। इधर दुष्ट दैत्य बलभद्रके बोझसे घबराकर गोपका वेश छोड़कर अपनी डरावनी असुर मूर्त्ति प्रगट करदी। फिरभी बलदेव निर्भय मनसे असुरके कंधेपर चढ़े हुये जांघोंपर हाथ धरे बैठे हैं।

 অপেস্বৰা নাচিছা।  

 থূলন্তৰ অসুৰৰ ওপৰত বলদেৱ কিছু পৰ থাকি ওচৰত তেওঁৰ কোনো লগৰীয়াক দেখা নাপাই তাৰ দুৰভিসন্ধি বুজিব পাৰিলে; বলদেৱৰ খং উঠিল; তেওঁ ওঁঠ কামুৰি অসুৰৰ মূৰত বজ্ৰ সদৃশ মুষ্টি প্ৰহাৰ কৰাত তাৰ মূ্ৰ ফালিল আৰু সি তেজে বতিয়াই পৰি

 भारी कायके असुर पर चढ़े जब बलदेवने देखा कि पासमें उसके कोइ साथी नहीं है तो उसका मतलब समझमें आया और गुससा आया; वह होठ चबाकर असुरके सिरपर बज्रजैसी मुठ्ठीका प्रहार करने लगे; जिससे उसका सिर फट गया और खुनसे कै