পৃষ্ঠা:চাণক্য.pdf/৯

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


( ১ ) চাণক্যই সকলো "ক্র ধ্বংস কৰিলে বুলিও বাক্ষস মন্ত্ৰীৰ চুলি এডালকে অনিষ্ট কৰিব নোৱাবিলে, । মন্ত্ৰীয়ে যিমান পাৰে চন্দ্রগুপ্তৰ অনিষ্ট কৰিবলৈ সুযোগ বিচাৰিবলৈ ধৰিলে। সপুত্র নন্দৰ মৃত্যুত হোৱাৰ পিচতে চন্দ্রগুপ্তৰ বাজ্য লাভ বেগতে নহৈ ছিল । বুদ্ধিমত্ত ৰাক্ষস মন্ত্ৰীয়ে সৰ্বার্থসিদ্ধি নামেৰে বাজভাতৃক ৰজাপতি চাণক্য আৰু চন্দ্রগুপ্তব বধৰ কাৰণে নানাৰকম ৰড়যন্ত্র। কৰিবলৈ ধৰিলে আৰু ৰজা প্ৰজা সকলোকে চন্দ্রগুপ্তৰ বিকৰো ঠিয় কৰিলে । কিন্তু একোতেই মন্ত্ৰীৰ বাসনা সিদ্ধি নহল। চাণক্যব বুদ্ধি কৌশলত সকলো ব্যর্থ হল। চাণক্যই বিপক্ষ । দলক তল কবি জরুহ প্ৰতিজ্ঞা সাগৰ পাৰ হল। ননন্দৰ সিংহাসনত চক্র গুপ্তক স্থাপিত কৰি নিজে মন্ত্ৰী পদ গ্ৰহণ কৰিয়ে। কাৰ্য্যৰ গতিকে ৰাক্ষস চাণক্যৰ ঘোৰ শক্ৰ হলেও মন্ত্ৰীৰ নিঃস্বার্থ প্রভু ভক্ৰি, বৰ্ত্তব্য কাৰ্য্যত পৰায়ন, অতিশয় বুদ্ধিমান আৰু অতি আচবিত মন্ত্ৰনা কৌল দেখি মনে মনে চাণক্যে তেওঁক ভক্তি কৰিছিল । চানকে এইটো জানিছিল যে “মই ঘি কুটীল নীতিত দীক্ষিত হৈছোদি মোৰ নিচিনা ব্ৰাহ্মণৰ অতি কলক আাৰু গৰ্বিত কাৰ্য্য। মই প্রতিষ্ক৷ পূৰ্ণ হোৱাত এই পথ সোনকালে এৰিব লাগে। কিন্তু এই প্রভূভক্ত মৰ্চী চন্দ্র গুপ্তৰ বিপক্ষ হৈ থাকিলে তেওঁক বাৰু কেতিয়াও নিষ্কণ্টক নহয়। ইয়াকে ভাবি স্থিৰ কৰিলে যেনে উপায়েবে ও ওক ৰাক্ষসক হাত কৰি তেওঁকেই মন্ত্রীপদত নিযুক্ত কৰা হওক। এই মন্ত্রী সহায় ধাকিলে চন্দ্রগুপ্তৰ । কেতিয়াও ভয় নাই। আৰু বীজপদে নিষ্কণ্টক হব ; ৰাজ্যও শুীক্স ত প্রয়োগত: । তনু ,ান্তৰিতং ভুতং পখেৰ বীৰ সমৰিত: । হিণ্ডো- পশে বিগ্রহ।