পৃষ্ঠা:চাণক্য.pdf/১০

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


{ %• ) ছিল। এখন মাধৱ দাসৰ আৰু আনখন ৰামপতিৰ ভণিত। ঘদি বাও স্থইখনি পুথি প্রোয় মিলে তথাপি মাধৱ দাসৰ খনিত নকল। কবোতাৰ অনেক অনেক ভূল থকা দেখি । অসমীয়া ভাষাৰ পৰম হিতৈর্শী প্রদ্ধাস্পদ শ্ৰীযুক্ত হেমচক গোস্বামী এ, এ, কমিচনাৰ মচোদয়ৰ উপদেশ মতে, মই ¢ বামপতিৰ খনকে সাধাৰণৰ আগত প্ৰকাশ কৰিলে। । এই খন পুথিত থে নকল কৰোতাৰ পান্তি ত্যৰ থোহাভেজাৰ হাত সাৰিছে মই তেনে কথা ক’ব নো খোজো ; কিছু টুই স্বনৰ তুলনাত, এই ধ্বনি । কম ঘূষিত বুগি বোধ হোৱাত এই খনকে প্ৰকাশ কৰা স্থিৰ কৰিলে। ই এক ঠাইত মাধৱ দাসৰ ভাঙ্গণিও বিজাই । চাবৰ নিমিত্তে টীকা স্বৰূপে দিয়া হৈছে। ৬ ৰামপতিৰ ভণিত এখন পুথিৰ ওপষতে নিৰ্ভৰ কৰি এই পুথি প্ৰকাশ কৰিব লগা হোৱাত, পুথি খনিৰ ঠায়ে ঠায়ে ভূল থাকি গল । যদি অসমীম্ন জন সাধাৰপৰ অসুগ্ৰহত এই পুথিয়ে দ্বিতীয় তাঙ্গৰণ দেখিবলৈ পায় তেতিয়া আশা কৰো সেই বিলাক দোষ পৃথিৰপৰা যথাসাধ্যে গুচাবলৈ চেষ্টা কৰিম। ভাঙ্গণিৰ গ্ৰন্থকাৰ ৮ বামপতিৰ জীৱনী সম্বন্ধেও সম্প্রতি তলত লিখা মতে অনুমানিরূপে ধৰা হল । পাৰিলে পিচৰ তাঙ্গ , ৰণত এই অভাৱ পুৰ কৰিবলৈ যথাসাধ্য চেষ্টা কৰা যাব। “১ম ভাগ ‘উষাৰ ৫ম সংখ্যাত থকা "অসমীয়া সাহিত্য চণ্ডী” নামৰ প্ৰবন্ধাত চণ্ডীব অতুবদিক ৬ ঋচিনাথৰ পূৰ্বপুৰুষ এ জনৰ নাম ৮ বামপতি আছিল। যদি সেই জন । ৰামপতিয়েই চাণ ক্যৰ অমুবাদক হয় তেনেহলে এওঁৰ জন্ম । ঠাই আৰ কোন সমস্ত্ৰত আাছিল চঞ্জীত উল্লেখ থকামতে ঘংকিঞ্চিৎ আভাস পোৱা যায়।