পৃষ্ঠা:চাণক্য.pdf/৮

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


( /• ) চেলু বিচাৰিবলৈ ধৰিলে। তেওঁ ভাবিলে যেনেকৈ হাবিছুইয়ে। হাবিপোৰে তেনেকৈ খৰৰ শরে ঘৰৰ সৰ্ব্বনাশ কৰে। সেই কাৰণে তেওঁ ৰজাৰ ঘৰৰ আত্মকদল বিচাবিবলৈ ধৰিলে। তেওঁ মন্ত্ৰীৰ মুখৰ পৰা জানিলে যে বজাৰ জোষ্ঠ পুত্র চন্দ্রগুপ্ত অতিশাস্ত স্বভাব, বুদ্ধিমান, কৃতজ্ঞ আক সাহিয়াল। চন্দ্রগুপ্ত ভায়েক হঁতৰ দৌৰাত্ম্যত অতি উৎপীড়িত মাক বিৰক্ত। তেওঁকে হাত কৰিলব পাৰিলে কাৰ্য্যসিদ্ধিৰ সুযোগ ঘটিব। ইয়াকে থিৰ কৰি তেওঁক আক ৰজাৰ বেটী এজনাক হাত কবি ললে। তেওঁ লোকৰ ঘাবা ৰজাৰ সকলো ভিতৰুৱা বাতৰি জানিব পাৰিলে। তাৰ পাচত বস্ত্ৰ গুপ্তক বজা পতিম বুলি অঙ্গীকাৰ কৰি নিতৃত তপোবনত গোপনে অবস্থানপূৰ্ব্বক সেই বিলাক গৃহশত্ৰৰ সহায়ত নল বংশ ধংস কৰিলে । তেওঁ যেনেকৈ নন আক তেওঁৰ পুতেক কেইজনক মাৰিলে প্ৰভুভক্ত মন্ত্ৰী ৰাক্ষসৰ অশেষ যত্ন যেনেকৈ বিফল কৰিলে সেই বিষয়ে মুদ্রা ৰাক্ষস নামে প্রসিদ্ধ সংস্কৃত নাটকত বিস্তাবিতৰূপে লিখা আছেঅৱশেষত শকটাৰ মন্ত্ৰীয়ে নক্ষ মবাৰপিচত নিজকৃত ৰাজদ্ৰোহ পাতকৰ প্ৰায়শ্চিত্তৰ। নিমিত্তে অনাহাৰে অৰণাত প্ৰাণত্যাগ কৰিলে। *

  • কোন৷ কোনোৰ মতে শৰটাৰ মন্ত্ৰীরে মিমেই ৰাজাক বধ কৰিলে।

তাৰপিচত নদৰ পুতেকষ্টতে কিছুমান দিন রাজত্ব কৰোতে চন্দ্রগুপ্তই ৰণ্যৰ ময়না জাক ফুদ্ধি কৌশলত ভাবেকহঁতক বধ কৰি সজা হয় । কোনোৰ মতে চাণক্যই প্রাধস্থলত অপমান পাই তপোবনত তিনিদিন অভিচাৰ সাধন কৰে। পূজাৰ মায়চা নিৰ্ম্মালি শকটাৰলৈ পাঠায় দিয়ে। মন্ত্ৰীয়ে সেই বিষময় নির্ধালি এজনী বেটীৰ হতুৱায় ৰজাৰ অন্তেষপুনলৈ পঠার বেটীয়ে কোনে। উপায়েৰে সেই দিমালী ৰজা আৰু ৰাজকুমাৰ হওঁৰ গাত লগার দিলে । ,গেই নির্যাপী গাড লগাত তেওঁ লোক ভিগ দিনৰ ভিতৰতে পৰে । কোণে কোনোৱে কয় যে Bণবাহ ও খচৰৰ ভুয়াই নদঞ্চ বৎ কৰে। যেনে - শৰং জখান চাণক্য