পৃষ্ঠা:চাণক্য.pdf/৭

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


{ be ) ! “ইঙ্গিত আকাব কাৰ্য্য বুজিবেক হৈবে কিছু বলৱন্ত। নৃপতিৰ যিটে হিত মানি মলে সদায়ু সেৱা কৰন্ত। পঞ্চিলে কাক অালোচনা কৰে। সাধি আস প্ৰতিনিত। নৃপতি সকলে। পাঞ্চিবাক লাগি । সেহিসে দূত উচিত ॥ ৭ অসমীয়া চাণক্য । “মেধাবী বাকপটু: প্রাজ্ঞঃ পৰচিত্তোপলক্ষকঃ { ধীবো যথোক্তবাদীচ এষ দৃতঃ বিধীয়তে ॥” লঘু চাণক্য । “দুতং চৈব প্ৰকুর্কীত সৰ্বশাস্ত্ৰ বিশাৰদত্ম। ইঙ্গিতাকাবচেষ্টভং শুচিং দক্ষং কুলোপ্যতম্ ॥ অসুৰক্তঃ শুচিৰ্দক্ষঃ স্মৃতিমান দেশকালবিৎ । বপুমান্য বীতভীৰ্বামী সূতো বাক্তঃ প্রশস্যতে | মনুসংহিতা ৭ম, অধ্যায় । “ইঙ্গি তাকাৰ চেষ্টজ্ঞঃ স্মৃতিমান দেশকালবিৎ । যাড়, গুণ্য মন্ত্রবিদ বাল্মী বীতভীদূ ত উচ্যতে | শুক্রনীতি ২য়, অধ্যায় । ‘ভক্তোগুণী শুচিৰ্দক্ষা প্রগভোইব্যসনী ক্ষমী । ব্ৰাহ্মণ: পৰমৰ্মটো দুত:স্যাং প্রতিভানবান ॥

  • মনুসংহিতাৰ মতেহে দিল