পৃষ্ঠা:চাণক্য.pdf/৬১

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


( ss ) দান কৰিবাক লাগি নাহিকে শকতি t তিনিকো তিনিয়ে যদি হয় -অঙ্কিল । ইজন্মৰ ফল মুহুি পূর্ব আমাৰ ফল । নৃপতিয়ো ভৈলে কুৰুক্ষেত্ৰকে নজানে। (১৮) মূখ পুত্ৰ ভৈলে নপঠাখে৷ একো স্থানে ॥ নৃপতিৰ লগে মাৰিবাক ভাল নুই । তাক লগে ৰাখিলে অনেক পাপ হুই * চোৰৰ নাহিকে নিদ্ৰা জানা সাৰে সাৰে । (৯৯) চিন্তা ভৈলে ৰাতি স্থখ নাহিকে তাহাৰ । একো কাৰ্য্যে সুখ নাহি দৰিদ্ৰ জনৰ । মনত নাহিকে সুখ কামী পুৰুষৰ ॥ এক পুৰুষৰ নাৰী হৱয় বিস্তৰ। (১৩৩) তেবেকি মনক পুৰে সিটে। পুৰুষৰ ॥ পাবয় সম্পত্তি যদি তিনিয়ো ভুবন । তেবেকি তাহাৰ জানা শাস্ত হৰে মন ॥ অনেক নদীর জল পৰখ সাগৰে । তেবেকি জানিবা সিয়ে৷ সাগৰে নধৰে ॥ র (৯৮) ... ... ... .. (৯৯) ••• .... (o•} ক৮ ।