পৃষ্ঠা:চাণক্য.pdf/৬০

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


( ৪৩ ) সাণী যেন শৰীৰত ঘাৱ মাত্র চাই। (৯৫) পণ্ডিত সন্তোষ হৰে সতকাৰ পাই । আপোনাৰ সদৃশ অন্যাক পাইবে নাই । আপোনাৰ সম জানা মিত্রক নাপাই ৷ মুৰ্থক কৰস্ত দান তাৰ নাম হত। (৯৬) যজ্ঞহত হোমস্ত দক্ষিণা নাছি .যাত । হতশূন্য বুলি যাৰ নাহিকে নায়ক। ৰাৱণে হৰিয়া যাতে৷ নিলন্ত সীতাক ॥ লগত থাকয় যদি শ্ৰীৰাম লক্ষণ । তেবেকি সীতাক নিবে পাৰয় ৰাৱণ ॥ অকষ্ট ভোজনৰ বস্তু থাকয় বিস্তৰ । (৯৭) ভুঞ্জিবাক নপাৰন্ত দেহ৷ অথান্তৰ ॥ ৰূপে গুণে থাকে নাৰী সব্বঙ্গে সুন্দৰী। মুহিকা স্বভাবে থাকে পুৰুষক ভৰি ॥ অনেক ঐশ্বৰ্য্য তাৰ থাকয় সম্প্ৰতি । • • (৯) • • • •ন (৯৬) ইতম শ্ৰে:তিত্বে দানং হতো যজ্ঞৰ দক্ষিণঃ হত ৰূপবতী বন্ধ্যা ইতং সৈন্ত মনায় কম! (৯৭) ভোজ্যং ভোজনশক্তি ৰতিশক্তিৰঞ্জিয়: ৰিবো দান শক্তিশ্চ নাম্ন তপস: ফলম্ব।