পৃষ্ঠা:চাণক্য.pdf/৫৯

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


( ৪২ ) সেহিমতে অল্প অল্প জার্ভিজ্জ বহুধন। অল্প অল্প কৰি শিখিৰে ক বিন্যাগণ। অল্প অল্প কৰিয়া ধৰ্ম্মত দিব মতি । এতেকে কৃষ্ণৰ পাৱে বাৰিবে ভকতি । লোকে পু৮ে বাপু তুমি কেনে আছা ভালে । (৯২ সম্বুধি বোলয় বাপু আছোহো কুশলে ॥ মুখে মাত্ৰ কহন্ত নুগুলি সিটো মনে । সূৰ্য্যৰ লগত আয়ু যায় দিনে দিনে । শৰীৰত থ:কিবে অনেক গুণগণ। (৩) বহু বিদ। শিধিবন্ত কৰিয়া যতন ॥ এক তিলে শৰীৰ হৈবন্ত ছাৰখাৰ। বিচ্ছাৰে সে মান্য থাকে চন্দ্ৰ দিবাকৰ ॥ যেন সৰ্প ক্ৰ ৰ জাতি না পায় তাৰ মন। (৪) তাহাতো অধিক ঐ ৰ থয়হূৰ্তর্জন ৷ মন্ত্ৰ যদি শুনে সৰ্প চপৰাত্ত শিৰ। বিস্তৰ ভাষিলে স্থষ্ট জন হৱে ধীৰ । (৯২) লোকঃ পৃচ্ছতি সম্বার্তাং শহীৰে কুশলং তৱ । কুতঃ শৰীৰ মল্পাকস্ আয়ুধ্যাতি দিনে দিনে । (৯৩) ... .. ... ... (৯৪) সপৰ ক্ৰ, খলঃ কৰঃ সপাৎ অ, ৰতৰঃ থলঃ মনৌষধি বশঃ সপ খলঃ কেশ্ব নিবাৰ্য্যতে।