পৃষ্ঠা:চাণক্য.pdf/৫৮

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


( ৪১ ) সেই মতে পুৰুষে হৰাই নিজ থান । নাথাকে সম্রম কেহো ন কৰে সন্মান ॥ পৰদেশে হীন হয়ে ক্ষীণ হয়ে কান্তি । শুনা জাৰ কলিত যি নাৰী থাকে শান্তি । যদি ওচৰত তাৰ নাথা কন্ত বন । (৯০) জাক যদি অবজৰ নাপায়ে তেখন। যদি ওচৰত নাথাকন্ত দুই জন । হাস পৰিহাস কেহো নোবোলে বচন ॥ তেবেসে জানিবা সিটো নাৰী থাকে শান্তি । এহি কথং বিহুৰ ত কহিলন্ত কুন্তী ॥ কহিবোহো কথ অ্যাবে কৰিবন্ত মাৰ । এক মনে বিস্তাগণ শিখিব অপাৰ । বহুধন অদ্ভিজ্জবে থাকিবে গৃহ বাদে। (৯১) ধৰ্ম্মক দেখিব মৃত্যু ধৰি ঘা নপসে । নমৰেহো বুলি অভিঁর্জবেক বহু ধন । মৰো হেন বুলি কৰি বে ক ঘগণ ॥ পেঘন্তে সৰিৰ৷ তেল টোপা টোপা সৰে । তথাপিতে। দিবল ত এ ক ঘট ভৰে ॥ (৯০) -• • • • • • • • (১১) অজৰামখবৎ প্রাস্কে বিস্ট মর্থঙ্ক চিন্বয়ে। গৃহত ইব ফেশেযু স্বনা ধর্মমাচৰে ।