পৃষ্ঠা:চাণক্য.pdf/৫৭

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


( ৪ • ) কু ব' পঙ্কজল বেঙ্গে কৰন্ত ভোজন । তা কথায় মক মকি গৰ্বিত বচন ॥ উত্তমে অধমে কৈতো নুহিকে সমান । (৮৭ ) শুনা সৰ্বজম াক দেখাইলে প্রমাণ ॥ সুবৰ্ণৰ মনি যদি পিন্ধৰ পাৰত । কাঞ্চ মণি পিন্ধে যদি শিৰত গলত ৷ তথাপিতে। কাঞ্চমনি মুহি সমসৰ । কাঞ্চন্ত কৰিয়। জানা জুবর্ণ ডাঙ্গৰ ॥ শিশুকালে পিতৃৰ লাগয় ৰাখিবাক । (৮৮) যুবাঁ কাণে স্বামী ৰক্ষা কৰিবে ভাৰ্য্যাক ৷ বৃদ্ধ কালে ৰাখিবাক লাগয় পুত্ৰৰ । তিনিয়ো কালত নাৰী নোহে স্বতন্তৰ ॥ স্থান ভ্ৰষ্ট ভৈগে সিটো থা। কতে নপাৰি । (৮৯) আাপোনাৰ শৰীৰত চাছিয়ো বিচাৰি ৷ নখকেশ দাম্ভাদি থান হন্তে গুছে { কৰে অনাদৰ আাক কোনে তাক পুচে । (৮৭ মণি পুঠিত পাদেন কাচঃ শানসি ধাৰ্বতে যথৈ যাত্ তথৈ বাস্তু কাচ; কাচোমনিৰ্ম্মণিৰ । (৮৮) পিতা ৰক্ষতি কৌমাৰে ভঙা ৰক্ষত যৌবনে। পুত্রধ বিৰে কালে ন স্ত্রী স্বাভৰ্য মহুতি । (৮৯)

-- র - 1;