পৃষ্ঠা:চাণক্য.pdf/৫৬

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


( ৩৯ ) পাছে যদি হিস্তচিত্তে সেছি বন্ধু'জন। (৪) নিজ মিত্রে শক্র জানা এহিসে কাৰণ । যেন মহা দুখ দেই শৰীৰৰ ব্যাধি । মহা উপকাৰী ঘেন বনৰ ঔষধি ৷ জানিবাহা নিষ্ট কৰি সেহি পটন্তৰ । কহিলো প্রদান ইটো অধম মিত্ৰৰ ॥ অতি দান অতি দর্প হক ভাল। (৮৫) আতি ৰূপৱতী ক্যা নুহিকন্ত ভাল ৷ অতি দনে বলী ৰাজা পাইলেক বন্ধন। জতি দৰ্পে নষ্ট ভৈলা লঙ্কাৰ ৰাবন ছ অতি ৰূপে সীতাৰ ছখৰ নাহিপাৰ । তিনিয়ো মুহিকে ভাল জানা সাৰে সাৰ । অনে ক বৃক্ষৰ ফল মধুৰ খায় । (৮৬) তথাপিতো কোকিলৰ মদ গৰ্ব নাই । D (৮৪) ... ... (৮৫) অতিৱণে হৃতা সীতা (১) অতি মানেন্ত কৌৰৰাঃ অতিদানে বলিখৃদ্ধর সঙ্কমত্য গর্ধিতং । (১) অভিন্বপ্নে হত। লঙ্কা—পাঠাষ্টাৰে। (~~) দিব্যং চূৰসং পিত্বা ন গৰ্বং যাতি কোকিল, পিন্ধ৷ কদম পানীয়ং ভেকো মক মকাতে।