পৃষ্ঠা:চাণক্য.pdf/৫৫

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


( ৩৮ ) সূৰঠ থাকিলে শোভ৷ মুৰুখ জনৰ। (৮২) অলঙ্কাৰ পিন্ধে যদি পাট পাটম্বৰ ॥ অল্প বেলি মার্জ তাক কৰয় শোভন । যাব ত সভাত কি ছু নোবোলে বচন । বচনত তাৰ সবে উ মান ক পাৱে । জানিয়া তাহাক সবে মুখ ভাৱে পাৱে । মুৰ্থ ভৈলে বস্ত্ৰ অ প্ৰস্কাৰ কি য় পিন্ধে । আগত নোবোলে একো পাছে তাক নিন্দে ৷ ক্ষণে আসিবাৰ তাৰ কুবুদ্ধ স্বভয় । সাধু সবে বে'লে অৰ পাইবি পৰ ভাৱ t থলুaাৰ দেবে তাৰ বংশে দুখ পান্ত । শুনিয়োক কহে৷ আবে ইহাৰ দৃষ্টান্ত ॥ সী তাক হৰিবু। যাতো নিলা লঙ্কেশ্বৰ। (৮৩) তাৰদোষে বন্ধুগণ গৈলা যমঘৰ ॥ যাতো তাঁকো আচৰিয়া আছন্ত সাগৰ । তাতেসে বান্ধিলে সেতু বাম গদাধৰ ॥ ৮২) দূৰত: শোভতে মুৰ্থো কম্বশাত পটাবৃতঃ । তাবচ্চ শোভতে মুর্গো বাবৎ কিঞ্চির ভাষতে ॥ (৮৩) খলঃ কৰোতি ছৰূর্যবং আনং ফলতি সাধু দশাননোহহরৎ সীতা/ং বন্ধনত মহোদধেঃ ।