পৃষ্ঠা:চাণক্য.pdf/৫৪

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


( ৩৭ ) মধ্যস্থ সকলে মাত্র দেখে জয়ি ব্যয় । সুহৃদে দেখয় ব্যয় আায় ৭ নদেখয় ব্ৰাহ্মণ হোৱস্ত তুষ্ট সম্পূৰ্ণে ভাজনে। (৭৯) ময়ুৰ পক্ষীৰ তুষ্ট মেঘৰ গৰ্ভজ্জনে । পৰব কল্যানে । সাধু সব তুষ্ট মতি । চোৰ থলুয়াৰ ৰঙ্গ পৰৰ বিপত্তি ও এক ক তেজিয়া তজু ৰাখিবে কুলক । (৮০) কুলক তেজিয়া সবে ৰাখিবে গ্রামক । গ্রামক ৰাখিয়া নিজ প্ৰাণ ৰাখিবেক। আপুনি নৰিলে পাছে দেশচাৰিখেক । কোকিল পক্ষীৰ ৰূপ সুস্বৰ বচন। (৮১) স্ত্ৰীৰ ৰাপ সেৱ। কৰে স্বাত্মীৰ চৰণে এ বিষ্ঠাৰ সমান ৰূপ নাহি পুৰুষৰ । ক্ষমাৰ সমান ৰূপ নাহি বৈষ্ণবৰ ॥ (৭৯) নৃত্যন্তি তোজনে যিপ্রাঃ মথুৰা: মেঘ:দর্শনে সাধবঃ পৰ সম্পৎজু খলঃ পৰ বিপত্তি’ (৮০) ত্যজে Tেঞ্চ কুলস্যাৰ্থে প্ৰামস্যাৰ্থে কুলং তামেৎ ॥ গ্রামং জন পৎ স্যার্থে আস্বার্থে পৃথিবীং ভজেৎ (৮১) ফোফিলানাং হৃখোৰুপং নাবীপং প্রচ্চিত্ৰভং দ্বিভাবপ পানামা কাপ জপধনাল।