পৃষ্ঠা:চাণক্য.pdf/৫৩

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


( ৩৬ ১ ধনহীন ভৈলো কুলীনে অধম জানিবা নিষ্ঠ বচন । শুনা সভাসদ চণকৰ পদ ওপজে মনত জ্ঞান । ইহাক শুনিলে প্রস্তাৰৰ বাক্য ফল হৰে এহিমান ॥ বহু সম্পদক দিবাক নপাৰে সাৰিবে নপাৰে গতি । প্ৰস্তাৱৰ কথা জানি চাণক্যৰ ৰচির্দে। পক্ষ সম্প্রতি হেন জানি জাক । হেলা নকৰিবা শিথিলৈয়ো৷ জবিক্রম। গু কৰ চৰণে হৃদয়ে ধৰিয়া ডাকি বোলা ৰাম ৰাম ॥ পদ। চোষ বৈৰী গৃহস্থৰ আয়ক দেখয় । (৭৮) কদাচিতো ইটো দুই ব্যয় নেদেখয় ! (৭)