পৃষ্ঠা:চাণক্য.pdf/৪০

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


( ২১ ) জাপোনাৰ ঐশ্বৰ্য্যক নথবা পৰত । (৪৬) ভাৰ্য্যাক নথ’বা কেহে৷ পৰৰ ঘৰত ॥ গক সব নষ্ট হৱে পৰ গৃহে থৈলে। ব্রাহ্মণ হৱয় নষ্ট পৰগৃহে খাইলে । সমস্তত খাইলে। দ্বিজ অধম হবয় । শুনা যি কাৰ্য্যত নকৰিবা লাজ ভয় ॥ ধনধান্য জর্জিয়া পাৰয় যিবা সাজ । (৪৭) শিখিবা জনেক বিদ্যা নকৰি বা লাজ ॥ আহাৰে বিহাৰে লাজ ভাৰ সুযুয়ায় । ছলে বলে জানিবা বৰ্ত্তিবা খুজি খায় ॥ অবংশত ৰাজ৷ যদি হৰে এক জন । (৪৮) দৰিদ্ৰ সকলে যদি পাবে বহু ধন ॥ মুৰুখৰ বংশে যদি হৰত্ন পণ্ডিত । পৃথিবী নধৰে আতি তিনিৰ ফষ্টিত ৷ ৰোলয় আামাৰ সম নাহি ত্ৰিভুবনে । সমস্তকে তৃণ সম দেখে তাৰ মনে ॥ (৪৬) ... .. . ... . (৪৭) ধনধান্ত প্রয়োগেধু বিঙামভ্যসনেবুচ আহাৰেচ বিহাৰেচ ত্যক্ত বঃ সদা ভবেৎ। (৪৮) জবংশ পতিতে৷ বাঙ্গা মুখপুত্রস্ত পণ্ডিতঃ নিষ্কনোহপি ধনৎ প্রাপ্য তৃণবন্মতে জন্মৎ ॥