পৃষ্ঠা:চাণক্য.pdf/৪১

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


( ২২ )। স কালে যিটো ৰাজা হৱে ধনৰপ্ত। (৪৯) সৰ্ব্বকালে যাৰ বংশে পণ্ডিত হস্ত ॥ তাসম্বাৰ দত্তদর্প নাহিকে মনত । ইহাৰ দৃষ্টান্ত আচে লৈয়োক ম্যত ॥ অগাধ জলৰ মাজে ৰৌমাছ থাকে । (৫) ডেৱভাব্ধি কৰন্তে দেখিছে কোনে তাঁকে ॥ থাকে ঘদি পুথিমাছ অঞ্চল জলত । তাতে তাৰ ডেৱা ডেই আনন্দ মনত ॥ অধম উত্তম ভৈলে কাহাকো নচান্ত । শুনা সৰ্ব্বজনে আক দেখিয়ে। দৃষ্টান্ত ॥ কুৰণ পঙ্কজল বেঙ্গে কৰয় ভোজন। (৫১ তাতে তাৰ মক মকি গর্বিত বচন ॥ শুনা সৰ্ব্বজনে তাক নকৰিবা হেলা । কৰিবাক লাগে আক প্ৰস্তাৱৰ বেলা ॥ হোৱে সাপণ্ডিত নাহিকে অ্যয়থা । বিৰচিলা ৰামপতি চাণক্যৰ কথা ॥ (৪৯) .• . ... • • • (৫০) অগাধ জলসঞ্চাৰী বিকাৰীনচ বোহিত্ত: অসুষ্ঠ জল মাত্ৰেন সফৰী ফকৰায়তে | (১) দিব্যচুত ৰসং পিস্থা নগৰ্কংযাতি কোকিলঃ পিহা কদ্দম পানীয়ং ভেকোমক মকাণ্ডে ।