পৃষ্ঠা:চাণক্য.pdf/৩৯

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


( 2 ) শিষ্যক পুত্ৰক ভাল কৰিব যিজন । কৰিব তাড়না তাক নকৰি লালন ॥ এহিমতে ভাল মন্দ শিষ্যৰ পুত্ৰৰ । শুনিয়ো প্রমান কহেঁ। অধম মিত্ৰৰ । পাচত অনিষ্ট চিন্তে আগে চিন্তে হিত। (৪৩) কুমন্ত্রনা দিয়া লাৰিবাক চাৱে চিত্ত ॥ সেহিটে। আখম মিত্ৰ নপাই তাৰ চিত । বিষ কলসৰ যেন মুখত অস্থত । কুমিত্রত বিশ্বাস নাই নাপাই তাৰ মতি । (৪৪) কুম্ভাৰ্য্যাৰ লগে তাৰ হৰাইব সুৰুতি \, দুষ্ট ভার্যা সমে প্ৰীতি নাহি একো কাল । শুনিয়ো৷ যিসব বস্তু নুহিকন্ত ভাল । বস্ত্ৰ নাহি অলঙ্কাৰে নকৰে শোভন । (৪৫) দধিস্কৃত না থাকিলে অস্থৰী ভোজন । নাৰীৰ নাহিকে স্তন সর্ববঙ্গে মন্দৰী। তিনিয়ো নুহিকে ভাল থোৱা দূৰ কৰি । (৪৩) পৰোক্ষে কাৰ্য্য হন্তাৰং প্ৰত্যক্ষে প্রিয়বাদিনং বজ্ৰত্রে মতো বক্সং বিষকন্তং পরে মুখম্ব। (es) • • • (৪৫) বস্ত্রহীন তলকাৰো ঘূত হীনঞ্চ ভোজনং শুন হীনাচ হানাৰী দুখত পৰি বৰ্ভয়েত । ••• • • • • •