পৃষ্ঠা:চাণক্য.pdf/৩৭

ৱিকিউৎসৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

{ ১৮ ) কৰিবে নোৱাৰে বিদ্যা বোলে শিথিবাক (৩৭ বিষত অধিক বিদ্যা বুলি মানে জt ৪। বিষত অধিক পঢ়িবাক নাই মন । তাহাত অধিক বিষ অজীর্ণ ভোজন ॥ দৰিদ্ৰৰ পুত্রে বিষ মনে থাকে গুণি । তাহাত অধিক বিষ বৃদ্ধৰ তৰুণী ॥ যাহাৰ ঘৰত নাই পণ্ডিতৰ নাম। (৩৮) তাৰ বহুশাস্ত্র থাকিবাৰ কোন কাম । যেন অন্ধকৰ তাৰ নাহিকে লোচন। সিটো কি কাৰ্য্য লাগি লৈবেক দৰ্পণ ॥ ব্ৰাহ্মণ সবৰ গুৰু জানা হুতাশন । (৩৯) সমস্ত জাতিৰ গুৰু জানিবাব্ৰাহ্মণ । ভাৰ্য্যাৰ নহিক গতি বিনে নি জপতি । সমস্ত জাতিৰ গুৰু জানিব। অতিথি । (৩৭) ছধিতা বিষং বিস্তা অজীৰ্ণে ভোজনং বিষং বিষং গোষ্ঠি দৰিদ্ৰতা বৃদ্ধাস্য তৰুণী বিষমৃ । (৩৮) স্বল্য নাস্তি নিজ প্রজ্ঞা শাস্ত্ৰং তস্য কৰোতি কিম লোচনাt ভ্যাtং বিহীনস্য দর্পন: কিং কৰিষ্যতি । (৩৯) গুৰু ৰস্মি দ্বিঙ্গাতীনাং বর্ণানাং ব্রহ্মণোগুৰু: পতিৰেকো গুৰু ফ্ৰীনাং সৰ্ব্বত্ৰাভাগতো গুৰুঃ।