পৃষ্ঠা:চাণক্য.pdf/৩৬

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


( ১৭ ) কুৰুক্ষ এক ভাল আছন্তু বনত । (৩৫) ওপজয় হুতাশন তাৰকোটত ॥ সেহি অগনিত লাগি পোৰে সব বন। # কৃবৃক্ষৰ লগে জান বৃক্ষৰ মৰণ । চোৰ ডকা দেই ব্ৰাহ্মণৰ বিত্ত হৰে । আপুনি পাপত পচে বংশ নাশ কৰে ॥ ৭ বিদ্যাৰ সমান বন্ধু নাহি স্বৰূপত । (৩৬) ব্যাধিৰ সমান শক্ৰ নাহি সংসাৰত n পুঞ্জৰ সমান স্নেহ নাহি ৰবিতলে । কদাচিতো অাশ। নকৰিবপৰৱলে t পৰক কৰিলে জ!শ পাই অপমান । শুনিয়ো যিলৰ বস্তু বিশ্বৰ সমান ॥ (৩৫) একে নাপি কুবৃক্ষেণ কোটছেন বরিনা দহতে তই নং সৰ্বং কুপুত্ৰেণ কুলংঘথ।। ( ৩৬) নচ বিস্থা সহো বন্ধুঃ নচব্যাধি সমো ৰিপু নচাপত্য সমঃ মেহঃ নচ দৈবাৎ পৰং বলং। তাৰ অগনিয়ে লাগি পোৰে সব বন । -পাঠান্তৰে ।= ওপৰঞ্চি. , বংশত পুত্ৰ ভৈলে জানা সেহি নয়। তাৰ অপযশে সব বংশক পাৰয় । -গাধৱ দাস ।