পৃষ্ঠা:চাণক্য.pdf/৩৫

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


( ১৬ ) বৃদ্ধা নাৰী সম্ভোগ গুখীন মাংস খায়। (৩২) কাঞ্চি দৈ ভুঞ্জে জাগৰোঁ ফ্রক পুহায় ॥ যিটো জনে প্ৰভাতে মৈথুন নিদ্ৰা কৰে। এহি ছদ্মে মনুষ্যৰ সদ্যে প্রাণ হৰে । মনুষ্যৰ মিত্ৰৱতী নাহিকে ৰজাত। (৩০) নহুিক ও মিত্ৰৱতী চোৰ খলুৱাত ৷ সৰ্পসমে মিত্ৰতা কৰিবে নুহি ভাল । ইটাৰিত মিত্ৰতা নৰহে চিৰ কাল । অৰণ্য মধ্যত পুষ্প আছে এক ভাল । (৩৪) সুগন্ধিকা পুষ্প ফল দেখিবাক ভাল ৷ তাৰ গদ্ধে আমোদিত যত তৃণ বন । বংশত গুপুত্ৰ ভৈলে ৰাখে জ্ঞাতিগণ ॥ একপুত্ৰে জানন্দ কৰয় সমস্তৰ। শুনিয়োক যেন গুণ কহে। কুপুত্ৰৰ ॥ (৩২) শুদাং মাংসং স্ত্ৰিয়ো বৃদ্ধা বালাক তৰুণং দধি প্ৰভাতে মৈথুনং নিত্ৰ সন্থঃ প্রাণ হৰাণি ৰক্ট । (৩৩) না । . (৩৪) একে নাপি সূৰ্যক্ষেণ পুস্পিতেল সুগন্ধিনা বাস্যতেত বনং সৰ্বং সুপুত্ৰেণ কুলং যথা । •