পৃষ্ঠা:চাণক্য.pdf/৩৪

ৱিকিউৎসৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

( ১৫ ) পুত্ৰ ভৈলে ফল ধৰে নাৰী সমস্তৰ। লাচিাৰি খাই ফল জানিব৷ ধনৰ । উপকাৰী জনক কৰিতে লাগে ভাল । (৩০) শক্ৰ সমে মিত্রেত। নাহিকে একো কাল । শক্ৰক নেৰিব। দ্বন্দ কৰিবা বিস্তৰ । ধনবিত ভৰি কথা কৰিয়ো ওপৰ । ভৰিত নিদিলে হাত ধোৱন নাযায় । কাটাত নিদিলে কাটা কাঢ়ন নাযায়। কাচা মৎস্ত্য মাংস খ্রত খাই যিবা নৰে ॥ (৩১) যুবা নাৰী সমে যিটো অলপক কৰে উফোদক ভুঞ্জয ভোজন কৰে ক্ষীৰ৷ গাছৰ তলত স্বস্থ কৰয শৰীৰ । এহি ছয় বিধে প্রণি শী তল কৰয় । শুনিয়ো যিসবে কবে প্রাণৰ সংশয় । () উপকাৰ গুজীতেন শত্রুনা শক্রমূদ্ধৰে । পাদলগ্নকৰন্থেন কণ্টকেনৈব কণ্টকম্ ॥ (৩) সথো সাদং নবান্নংচ বালান্ত্রী ক্ষৗৰ ভোজনং ঘু স্ত স্বৰধ্বদিকঞ্চৈব সন্তঃ প্রাণ কৰাfশ্যই।