পৃষ্ঠা:চাণক্য.pdf/৩৩

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


{ ১৬ ) স্বামীত অসূৱা নাৰী সমস্তৰে জ্বৰ। ৰেদ্রুিত শুখাইলে জ্বৰ জানিবা যন্ত্ৰৰ । চিন্তাবান পুৰুষ নিজীয়ে বহুদিন । ঘুৰীৰ সংসৰ্গে ঘেৰ। বল হবে হীন ৷ স্বামীত অসূৰ নাৰী হবধ মলিন। যাৰ যৈত গতি কহো গুণ1 ভিনে তিন % নাৰীৰ নাহিকে গতি স্বামীত অপৰ । (২৭) সমস্ত নদীৰ গতি জানিবা সাগৰ । মনুষ্যক পীড়যদি কৰে শক্ৰগণে । তেবেগতি নাহি জানা নৃপতিত বিনে ॥ পণ্ডিতৰ বচন জানিবা বেদসম । (২৮) মূৰুখে নজানি তাক বোলয় অধম ॥ তেন? মুৰুখে যদি কহয় অপাৰ । তথাপিতো জানা পণ্ডিতৰ কথা সাৰ । ব্ৰাহ্মণ হৈবাৰ ফল বেদক জানিলে । (২৯) কুলৰ জানিবা ফল শাস্ত্ৰক মানিলে । (২৭) ... ... ... .. (২৮) .. ... ... ... (২৯) .• . • . .. .