এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই
( ১) ) ।
দীৰ্ঘে কৰ্ম্ম কৰিবেক নকৰি বিশ্ৰাম ।
সিংহত শিথিৰে গুণ এহিসে উত্তম ।
যদি শক্ৰগণক জিনিবে মন থাকে। (২০)
মুহি তেবে অান কোন কৰ্ম্ম কৰি বাকে ॥
কৰিবাক নপাৰিলে চর্চাযো ন কৰি।
ছপক চাহিয়া থাকি বস্তু ধৈৰ্য্য ধৰি ।
বলে যেন চুম্পি থাকে ছলমাত্র চ’ই ।
ঠোটে ধৰি মাৰে মংস্য এৰন নাযায়ু ।
এহি মতে নৰে কৰিবেক কৰ্ম্ম গণ ।
বগৰ এহি সে গুণ পৰম শোভণ ॥
এবে চাৰি গুণ কহে শুনা কুকুড়ৰ । (২১)
নাখাই কাহাকো এৰি পুত্ৰ পৰিবাৰ ।
প্ৰভাতে উঠিয়া বোলে সূতৰ বচন ।
দুই পায়ে অ ঘূৰিয়া কৰয় ভোজন ॥
কুকুৰাত চাৰি গুণ জানিবা সকল ।
প্ৰভাতে উঠিয়৷ বাক্য বুলিবা কোমল৷
(ই•) সর্বেকিয়ানি সংযম্য বক্ষবৎ পণ্ডিতো জনঃ
দেশ কালোপ পদ্মানি সর্বকাপ্তানি সাধয়েৎ ।
(২১) যুদ্ধং প্রাভকখানং ভোজনং সহ বল্মভিঃ
ব্রিহ্মমাপদগতাং ৰঙ্গেৎ চতুঃ শিকেত কুকুটীৰ।