পৃষ্ঠা:চাণক্য.pdf/২৭

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


৮ কৈকেয়ী যেহেন নৃপতিত লাই পাই । ৰামক পঠাইলা বনে দেশৰ ডকাই । সূৰ্পনখ। লাই পায় ৰাম লক্ষণত । সীতাক খাই বাক খোজে ৰামৰ আগত ॥ লাই পাই গোপীগণে ৰংস্যৰ বেলা । গোপীগণে কৃষ্ণক কৰিলা অৱহেলা ॥ জানিকেহো দুৰ্তর্জনক নেদিবাহ! লাই। দুষ্টৰ কাৰণে আপুনিয়ো দুখ পাই । ভালে থাকে মানে সজ্জন ক সেৱা কৰে। ছল পাইলে সেই নৃপতিক পাৰিধৰে ॥ ধনী বৈদ্য ঘথাত নাখাকে দ্বিজবৰ। (১৫) ৰাজা নদী না থাকিলে নবান্ধিবা ঘৰ । এহি প’ না থাকিলে নৰহিৰা তাত । শুনা এবে কহিবে। বিশ্বাস নাহি যাত ॥ নদীত বিশ্বাস নাহি নাৰৰ লক্ষিত। (১৬) পৃঙ্গী অস্ত্ৰধাৰীৰ মুবুজি তাৰ চিত । (১৭) ধনিন: শ্ৰোতিয়ো ৰাজা নদী বৈহুপ্ত পঞ্চমঃ পঞ্চ যত্ৰ ন বিপ্লবে তত্রবাস নকাৰয়েৎ ॥ (১৬) নধিনাংচ নদীনাং পৃদিণাং শক্ত ধাৰিপং । বিশ্বাসো নৈব কৰ্ত্তব্যঃ খ্রীষ্ণু ৰাজকুলেষ্ণু ।