পৃষ্ঠা:চাণক্য.pdf/২৬

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


দয়ালু হৈবন্ত জতি নাইব আক্রোশী । তাকেসে পাতিব ৰাজা পৰ ম আখ্যাদি । অতিশাস্ত ধীৰমতি ভৈলে নুহি ভাল। (১৪) তাক ভয় প্রজাৰে ন কৰে একো কাল । তাৰমন একোয়ে নপায়ে প্রজাগণ । নচাইব জাপোন পণ কৰিবে তাড়ণ ॥ নামানে দুর্জনে নৃপতিত লাই পায়৷ ৷ ডাটিবে মুখত পেটে নাচাৰিবে দায়া । নকৰিব ভেদ বুদ্ধি সবাতে সমান । দুজনক লাই দিলে পাই অপমান । নৃপতিত লাই পাইলে নকৰয় ভৰ । সন্তক কৰয় পীড়া মুগুছে ঝগৰ ॥ দুৰ্য্যোধনে যেন নৃপতিত লাই পায় । আৰু তাৰ সখা ভৈল শকুনী মমাই ॥ কর্ণ দুঃশাসনে নৃপতিত পাই আশ । হিংসা কৰি পাগু ৰক দিলা বন বাস। দুজন বাৱণে মহেশৰ পাই অশ। উপাৰিল৷ শঙ্কৰৰ পৰ্কত কৈলাস ॥ (১৪) ••• .ন.