পৃষ্ঠা:চাণক্য.pdf/২৫

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


তাৰ লগে সম্ভীষন হৈবে নুহি ভাল । তাহাক নৃপতি তেজিবন্ত সৰ্ব্বকাল ॥ তেজিবন্ত আলাসি লুভীয়া যিটোজন। (১) কপটাক তেজিবা নাপাই তাৰ মন ॥ চোৰ খট দাম্ভীকক নেদিবস্ত ঠাই । অল্প বস্তু পাইলে তাৰ মন তুষ্ট নাই । নৃপতিক সেৱা কৰি বাক নাইমন। বস্তু ক লালসে সেৱে পৰম দুৰ্তর্জন ॥ লাটি মুটি কৰিয়া এৰাই থাকে কৰ। ই সবক দূৰ কৰি খেদিবা লগৰ | লগত ৰাখিবে ভাল মুহিকে তাহাক । শুনা প্ৰজাগণে ভেজে যিসব ৰাজাক ॥ (১২) অতি যদি উগ্ৰ ভৈল পৰম দুৰ্জন । খাইবে দিবে নপাৰে ধনক মাত্র মন । দুষ্ট জামি প্রজায়ে কৰিব পৰিহাৰ। দেশত যশস্যাহীন হোৱয় তাহাৰ । হৈবন্ত শীতল ৰাজা অতি গুণৱন্ত । (১৩) সত্যক নেৰিব ৰাজ হৈবে ধৰ্মৱন্ত ॥ (১১) • • . ... ..... {১২) ... .... (১৩) না . ক + " +