পৃষ্ঠা:চাণক্য.pdf/২২

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


3 ) চোৰত নাহিকে সত্য নাহি দুষ্মনত। (২) স্ত্রীকুলে নাহিকে সত্য নাছি চাকৰত /* অৰণ্য মধ্যত পুষ্প ভ্রাণ মজি পাই । (৩) ঘোৰ অৰণ্যত আনিবৰ শক্য নাই ॥ বিছৰৰ বস্তু ভৈলে জানা ! সেহি প্রায়। আছে বুলি জানি তাক দেখিতে নাপায় । ৰূপৰ স্তু গুণৱন্ত যুবত শৰীৰ । (৪) উত্তম কুলত জন্ম পৰম গন্তীৰ ॥ বিম্বা হীন ভৈলে তাক নকৰে প্রকাশি । পলাশ ফুলৰ যেন হানি গন্ধ বাস । দুষ্ট ভাৰ্য্যা শঠ মিত্র দুৰ্তন লস্কৰ। (৫) নাহি কন্ত উদগতি সিটো গৃহস্থৰ । (২) (৩) .. ... •y • (৪) ৰূপযৌবন সম্পন্ন বিশাল কুল সম্ভব: বিষ্ঠাহীন নশোভস্তে নির্গন্ধাইৰ কিং ফাঃ। (৫) দুষ্ট৷ ভাৰ্য্যা শঠং মিত্ৰং ভৃত্যশ্চোত্তৰ দাম্ব কা সদর্পেচ গৃহে বাসো মৃত্যুৰেব নসংশয়ঃ। ৰিজোৱ।। চোৰত গৰু ত সত্য নাহিকে কিঞ্চিৎ। বৈষ্ণত নাহিকে সত্য নাছি মদাহীত ।