পৃষ্ঠা:চাণক্য.pdf/২১

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


{ ২ } জষ্টোত্তৰ শত শ্লোক কহস্ত চাঁপক্যে। অর্থ ভাঙ্গি পদবন্ধে নিবন্ধি]ে। তাকে । জ্ঞানৰ সদৃশ আক জানিবা সম্প্ৰতি । কথাৰ সদৃশ বিৰচিলা ৰাম পতি ॥ প্ৰথমতে কহো শুনা বিষৰ লক্ষণ। (১) এক বিষ বহু নিদ্ৰা নাহিকে চেতনা ॥ এক বিষ ৰাত্ৰিকালে কৰয় গমন । যাৰ এক বিধ জানা অজীর্ণ ভোজন । নিজে বিষ খাই মৰে নাহিকে সংশয় । এহি পঞ্চ বিধ বিষ জানিবা নিশ্চয় । (5) বিধং চও উন্মণং বার্জেী বিষং ৰাজ্ঞেহমুকঙা বিষং গ্রিয়োহপ্যন্তৰতা বিষং খ্যাধি ববীক্ষিত । অনভ্যাসে বিষং ব্যিা চাঙ্গীtণ ভোজনং বিবং বিষং গোষ্ঠী দৰিদ্ৰস্য বৃদ্ধস্য তরুণী বিষং । ৰি জোৰ।। এক বিষ বৃক্ষ মূলে কৰন্ত শয়ন । এক বিয ৰাত্ৰি কালে কৰতু শ্ৰষণ । এক বিব বহু নিদ্ৰা নাহিকে চেতনা । আক এক বিষ জানাঅজীর্ণ ভোজন । নিজে বিষ খাই মৰে নাহিকে সংশয়। এহি পাঞ্চ বিধ বিষ কহিল। নিশ্চয় । মাধৱসি ।