( ন ) ৩। ন কশ্চিৎ কস্যচিত্ৰিং নকশ্চিৎ কল্যচিন্দ্রিপুঃ। কাৰণাসেব জায়ন্তে মিত্ৰনি ৰিপবস্তথা ॥ ৪। ফুভাৰ্য্যাং চ কুমিত্ৰং চ দুৰাত্মানং কুসৌন্দশ৷ কু বন্ধুং চ কুদে শং চ দুবত: পৰিবৰ্জয়েৎ ॥ হস্পন্তি নীতি। এতিয়া ভালেমান শাস্ত্রীয় প্রমাণৰ দ্বাৰা বুজা যায় যে চাণক্যই ছয় হেজাৰ শ্লোক থকা এখন ৰাজনীতি প্রণয়ণ কৰে। চাণক্যৰ নীতিশাস্ত্ৰক তেওঁৰ পিচৰ কোনোব৷ পণ্ডিতে তাতফৈ সংক্ষেপ কৰি বৃদ্ধাচাণক্য নাদিছিল। অৱশেষত তেওঁৰ পিচৰ পণ্ডিতে একেবাৰে সংক্ষেপ কৰি লঘুচাণক্য ৰচনা কৰে। বৃদ্ধাচাণক্যৰ কোনো গ্ৰন্থত ১৭ অধ্যাগ আক ৩৪২টা শ্লোক, কোনো কিতাপত তাতকৈয়ো বেচি অধ্যায় আৰু শ্লোক, জাক কোনো কিতাপ। ৮ অধ্যায় আক এহেজাৰ শোক দেখা যায়। লখু চাণক্যৰ বেচিভাগ কিতাপতে ১০৮টা শ্লোক আছে। ভিন ভিন দেশত আদর্শ পুধিত শ্লোক বিলাক কম বেচি সাৰু লৰচৰ দেখা যায়; সিকেৱল লেখকৰ। দোষত। লেখক সকলে প্ৰায় : সকলে গ্ৰন্থও নিজৰচিতল্লোক, শ্লোকৰ অংশ আৰু কোনো ঠাইত নিজ ইচ্ছাৰে একো অধ্যায়কৈ লগাই দিছে। কোনোৱে, অসম্পূর্ণ গ্রন্থত নিজৰচিত যাৰ মূলৰ অভাবপূৰ্ণ কৰিছে। চাণক্য শ্লোকৰ সাৰস্তনতে এই কিতা শ্লোক দেখা যায়। "ত্মা শৈশবাৎ জমনি বাণি! পদাৰবিদ্যু। আচ্ছাসেবিতং তৰ তথ প্রশিপত্য যাচে। চাণক্য পণ্ডিত বৰাতি মতাৰ্থ দার্থ সবগ্রকাশনবিধৌম বথোপহাস ! ৷”