পৃষ্ঠা:চাণক্য.pdf/১৬

ৱিকিউৎসৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই
(১৷৴)

( ১\ ) জাতবেদ ইবাটিমান্ বেদান্ বেদবিদাং বৰঃ। যোহধীতবান সুচতুবৰ্গতুবোহুপ্যেক বেলবৎ ॥ যস্যাভিচাৰবৰ্জেণ বৰ্জজলনতেজসং । পপাতমূলতঃ প্রীমা স্পষ্কন্ধা নক্ষপৰ্ব্বত ॥ একাকী মত্ৰশঙ্ক্যনা যঃ শক্র্যর শক্তিধৰোপমঃ । আজহাব নৃচত্ৰায় চন্দ্রগুপ্তায় মেদিনীষ ॥ নীতিশাস্ত্রামৃতং ধীমানর্থ শাস্ত্রমহোদধে: { সমূদছে নমস্তসৈ বিষ্ণুগুপ্তায় বেধসে । সেই গ্ৰন্থৰে এঠাইত লিখা আছে ব্ৰহ্মাই প্রজা পালনৰ কাৰণে । এক লক্ষ অধ্যায়ৰ ত্ৰিবৰ্গ বিষম্মক নীতিশাস্ত্র প্রণয়ন কৰে। স্বায়ম্ভব ময়ে সেই শাস্ত্ৰৰ ধৰ্মপ্ৰকৰণ লৈ এখন নীতিশাস্ত্ৰ ৰচনা কৰে। বৃহস্পতিৰ বাহল্য অর্থশাস্ত্ৰৰ সাৰ উদ্ধাৰ কবি চাণক্যে এখন নীতিশাস্ত্ৰ ৰচনা কৰে । * ইয়াৰ এটা প্রমাণ যে অনেক ঠাইত বৃহস্পতিৰ *োক আাক খোক অংশেষে চাণক্য শ্লোক মিল দেখা। যায়। কেইটামান উদাহৰণ স্বরূপে তলত দিয়া হল। ১। যো ভ্ৰাণি পৰিত্যজ্য অঞ্চবাণিচ সেবতে ॥ প্ৰবাণি তস্য নষ্ঠস্তি অঞবং নষ্টমেবচ ॥ হ। গুণবন্তং নিযুঞ্জীত গুণহীনং বিবয়ে। পণ্ডিতস্য গুণ: সৰ্ব্বে মুর্গে দোবাচ কেবলম্ম । + “তথ৷ চোং কামসূত্ৰেহদগুৰুণ, 'প্রজাপতিছি প্রজা সৃষ্ট । তাসাং খিতিনিবন্ধনং ত্রিবর্গস্য শাপলশ্ব অধ্যাগ্নানাং শঃ সহস্রনপ্লে প্ৰোবাচ। তস্যৈক বেশং স্বায়ত্ত্ববো মনুধৰ্মাধিকাকৈং পৃথক চকাৰ। বৃহস্পতিৰর্থাধিকাধিকমিতি। জলক্ষাধ্যায়তৃতীঃ তৃতীয়াংশেন কোটি গ্রন্থবিস্তৃতং সম্ভাব্যত এবাং শাম। তবেগাম্ভীৰ্য্যং মহ৷ প্রমাণবাচ্চ মহোদধিৰিব । তাৎ যাউদাং উচ্ছ ,তবান ।”