পৃষ্ঠা:চাণক্য.pdf/১৮

ৱিকিউৎসৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই
(১৷৵)

{ 16 } "নামাশাস্ত্রোদ্ধ তং বক্ষ্যে ৰাজনীতি সমুচ্চয়ত। সৰ্ববীজ মিদং শাস্ত্ৰং চাণক্যসাৰসংগ্রহশ্ব॥ মূলত্ৰং প্ৰবক্ষ্যামি চাণক্যেন ধোদিত। ইয়াৰপৰ বুজা যায় যে আনকোনো পণ্ডিতে চাণক্য প্রণীত গ্ৰন্থৰ পৰা সাৰ উদ্ধাৰ কৰি এই লঘু চাণক্য প্রচাৰ কৰিছে। নহলে চাণক্যে নিজে লিখি সেইদৰে কোৱা সম্ভৱ ন হয়। আাৰ শাস্ত্রীয় প্রমাণৰ পৰা ও বুজা যায় যে উৎপত্তিৰে পৰা আবম্ভ কৰি ক্রমান্বয়ে নীতিশাস্ত্র সংক্ষিপ্ত হৈ আহিছে। তাৰপৰাও অনুভব কৰিব পাৰি যে চাণক্যৰ নীতিশাস্ত্ৰৰ পৰা সাৰ উদ্ধাৰ কৰি আন কোনে দণ্ডিতে ক্ৰমান্বয়ে বৃদ্ধাচাণক্য আৰু নব্বাণনক্য প্রণয়ন কবে। তেজপুব, ক্লীযোগানন্দ দত্ত। ৪ সাহাৰ, ১৮৩৫ ।