( ১• ) কৰিলে। কোৱা আছে চাণক্যই নিজৰ নীতিশাস্ত্ৰক ছয় হেজাৰ লোকেৰে সম্পূৰ্ণ কৰিছিল। তাৰ প্ৰমাণ প্রাচীন কবি আৰু আলঙ্কাৰিক আচার্য্য দণ্ডধৰ দশকুমাব চৰিত্র গ্রন্থশ বিক্রত চৰিতৰ এঠাইত এইদৰে লিখা আছে। “অধীঘ তাবদ্ধণ্ড নীতিম । ইঃমিদানীমাচাৰ্য্যবিষ্ণুগুপ্তেন যৌৰ্য্যার্থে স্বত্মভি:rোকসহSৈ: সংক্ষিপ্তা৷ ৷ অর্থাৎ বাজনীতি শাস্ত্র অধ্যয়ন কৰা । এতিয়া আাচাৰ্য্য বিষ্ণুপ্ত অর্থাচাণক্যমৌর্য্যবংশীয় চত্ৰগুপ্তৰ কা ৰণে এই নীতিশাস্ত্র ছয় হেজাৰ শ্লোকত সংক্ষেপে যচনা কৰিছে। সেই গ্রন্থৰে আন এঠাইত প্ৰাচীন আৰ্য্যযুগৰ নীতিশাস্ত্ৰ কাৰনিক লৰ বিষয়ে এইদৰে জাছে —ঘেহাপি মতিকর্কশাস্ত্ৰঞ্জকারী ওক্র দিবস । বিশালাক্ষ বহুপতি পুত্ৰ পৰাশৰ প্ৰভৃতয়ঃ দশকুমাৰ ৰচিত, ৮ম উচ্ছাস । ওপৰত লিখা প্রমান বিলাকৰ পৰা বুজা যায় যে আধ্যযুগৰ শেষত চাণক্যই নীতিশাস্ত্ৰৰ প্ৰথম সংস্কাবক। সুপ্রনিদ্ধ নীতিদাৰ। নামক নীতিশাস্ত্ৰৰ ৰচয়িতা কামন্দক চাণক্যৰ এজন প্রধান শিষ্য আাছিল। যি সময়ত চাণক্যৰ সহায়ত চন্দ্রগুপ্তে মন্দবংশ ধ্বংস কৰি পাটলিপুত্রত বাজসিংহাসনত বহে। সেই সময়ত কানন্দকে “নীতিসাব” গ্ৰন্থৰ প্ৰণয়ন কৰি কিতাপ খনি চন্দ্রগুপ্তৰ নামে উচৰ্গা কৰে। সেই কিতাপত গ্রন্থকাবে মঙ্গলাচৰণত চাণক্যৰ বিষঙ্গে এইদৰে লিখিছে ।-- “বংশে বিশাল বংখানামৃষীণামিব ভূসাম । অপ্ৰতিগ্রহকাণtং যো যভূব বি বিশ্ৰত: |