( ১% } মহাভাৰতৰ ৰাজধৰ্ম আৰু এঠাইত আছে – বিশালঈ ভগবান্ কাব্যশ্চৈব মহাতপাওঁ । সংক্ৰাক্ষে মহেন্দ্ৰশ্চ তথাপ্রাচেতসে৷ মহ: | ভাৰাজস্ব ভগবানু তথা গৌৰশিৰামুনিঃ। মহাভাৰতৰ পিচৰ গ্ৰন্থ বিলাকতো নীতিশাস্ত্র বিষয়ে এনে বহুত প্রমান আছে। কামন্দক-নীতিৰ প্রাচীন আৰু প্রমাপিক টীকাকাৰে এইদৰে লিগৃিছে। ব্ৰহ্মাধ্যায় সহশ্ৰাণাং, শতংচক্রে স্ববুদ্ধিজর্ষ। তন্নাৰদেন শব্ৰেণ গুকলা ভার্গবেচি ॥ ভাবধাজ বিশালাক্ষ ভীষ্মপাৰাশৰৈস্তথা । সংক্ষিপ্তং মম্বনাচৈ তথা চাতৈামহর্ষিভি: | প্রজানামায়ুষো হ্রাসং বিজ্ঞাঁাচ মহখুন। সংক্ষিপ্তং বিষ্ণুগুপ্তেন নৃপানামৰ্থ সিদ্ধয় ॥৮ অর্থাৎ ব্ৰহ্মাই প্রথমে এক লাখ অধ্যায়ক নীতিশাস্ত্র সৃষ্টি কৰে। সেই । নীতি শাস্ত্রকে সংক্ষেপ কৰি ক্ৰমে নাৰদ, ইল, বৃহস্পতি, শুক্ৰ, ভাৰদ্বাজ, শিব, ভীষ্ম, ব্যাল, মসু আাদি অত্যান্ত মহর্ষি সকলে নীতিশাস্ত্র প্রণয়ন কৰে। লাহে লাহে যেতিয়া মানুহৰ পৰমায়ু কমহৈ আহিবলৈ ধৰিলে, সেই বিলাক বাহুল্য নীতি শায় সকলোৰ পক্ষে আয়ত্ত কৰ অসাধ্য হল। তেতিয়া । মহাত্মা চাণক্য আবির্ভূতহৈ সেই বিলাক শাস্ত্ৰৰ সাৰ উদ্ধাৰ । তেওঁ*ৰ প্রণীত নীতিশীৰ্ষক উপনদ বোলে। মহৰ্বি সকলে ক্রমে মামুংৰ পৰমা কমহোৱাৰ লগে লগে এইংৰে সৗfিভশাপুও সংক্ষেপ কৰিছে।
- ভগবান শিব, ওক্রাচাৰ্য্য, ইত্রে, প্রজাপতি মত্ব, উৰহাজ, মৌৰশিৰ৷৷
প্রভৃতি ত্রবাদী সকল ৰাজপতি শামৰ প্রণেত{