১# ) ত্ৰিবৰ্ণ ইতি বিখ্যাতোগণ এব স্বরম্ভবা। চতুৰ্থো মোক্ষ ইত্যেব পৃথগৰ্থঃ পৃথগুণ্ড ততস্তাং ভগবান নীতিং পূৰ্ব্বং জগ্ৰাহশঙ্কৰং। বহুৰূপো বিশালাক্ষঃ শিবঃ স্থানুকমাপতিঃ ॥ প্ৰজানামায়ুখো হ্রাসং বিজ্ঞায় ভগবান্শিব: সঞ্চিক্ষেপ ততঃশাস্ত্ৰং মহাৰ্থং ব্রহ্মাণ কতম ৷ বৈশালাক্ষমিতি প্রোক্তৰ তদিওঃ প্রত্যপদ্যত। দশাধায় সহজাণি সু ব্ৰক্ষণে। মহাতপ ॥ ভগবানদি তচ্ছাস্ত্ৰং সঞ্চিলেপ পুৰন্দৰঃ। সহভৈ: পঞ্চভিস্তাত হক্তং বাহুদস্তিকৰ্ম৷ অধ্যায়ানাং সহস্লৈন্ত ত্ৰিভিৰেৰ বৃহস্পতিঃ। সফিক্ষেপেশ্বৰে বুদ্ধা বাহঁম্পত্যং যচ্চচাত ৷ অধ্যামানাং সহজেণ কাব্যঃ সংক্ষেপ মব্ৰবীৎ। তচ্ছাস্ত্ৰমামিতপ্রজ্ঞে যোগাচার্য্যো মহাযশাঃ ॥ এবং লোকানুৰোধেণ কাব্যনেত্যুহখিভি:} সংক্ষিপ্তনায়ুবিজ্ঞাঘ মৰ্ত্ত্যানাং হ্রাসমেবচ ।”
- ব্ৰহ্মাই পৃথিবীৰ মানুহৰ কাৰণে একলাথ অধ্যায়ৰ দীতিশাস্ত্র প্রমরন
কৰে। শিবই রক্ষাৰ পৰা সেই নীতিশাস্ত্ৰ পাই, হাৰ ক্ৰমে মানুহৰ আয়ুৰ কম হোৱা দেখি তাকে সংক্ষিপ্ত কৰি দহ হাজাৰ অধ্যায়ত প্রণয়ণ কৰিলে, শিবৰ এটা মাম বিশালাক্ষ, এই কাৰণে শিৰপ্ৰগত নীতি শাস্ত্ৰৰ নাম বৈশ্য লাক্ষ। ইন্দ্ৰই পিব প্রণীত নীতিশাস্ত্রকে সংক্ষিপ্ত কৰি পাচ হাঙ্গৰ অধ্যায়ত প্রণয়ন কনে। ইন্দ্ৰৰ এটানাম বহুদন্তী এই কাৰণে ইস্ত্র প্রণীত নীতি পাৰ্থক বাহধৰ্থিক বোলে । বৃহস্পতিয়ে ইন্দ্রপ্রণীত নীতিগাথুক সংক্ষেপ কৰি তিনিহাঙ্কাৰ অধ্যায়িত প্রণয়ন কৰিছিল। বৃহস্পতি প্রণীত নীতিশাস্ত্ৰক বাহুল্পত্য বোলে। শুক্রাচার্য্য বৃহস্পতি জর্ণত শাস্ত্ৰকে এজোৰ জখ্যাগও এগীত্ব কৰে। সেই কাৰণে