পৃষ্ঠা:চাণক্য.pdf/১১

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


{ • )। চওীত লিখ্য মতে ৰামপতিৰ থকা ঠাই লৌহিত্যৰ উত্তৰপাৰব নাৰায়ণপুৰত। তেওঁ এজন কবি আাছিল ; ৰুদ্ৰসিংহ স্বৰ্গদেৱৰ দিমত কচিনাথৰ পিতায়েক কৃষ্ণাচাৰ্য্যক • বংপুৰ নগবলৈ নিয়ে। তাতে চিনাথৰ জন্ম ভ্যু । চিনাথে ১৬৮১ শকত চণ্ডীৰ ভাঙ্গণী কৰিছে বুলি সিদ্ধান্ধ কৰা হৈছে । বামপতি ৰুচিনাথৰ পাৰ্চ পুৰুষৰ ওপৰ । পূৰাতত্ববিদ পণ্ডিতসকলৰ মতে তিনি পুৰুষত এশ বছৰ ধৰে { সেই দবে হলে পাঁচ পুৰুষত ১৬৬ বছৰ হয়। তেনে হলে তুয়োৰে ভিতৰত ১৬৬ বছবব আঁতৰ । ১৬৮১-১৬৬ ১৫১৫ শক বা তাৰ অলপ আগপিচ বুলি ৰামপতিৰ সময় অনুমানত ধৰি ল’ব পাৰি। কোনো লোকে । ইয়াতকৈ বাহুল্য ৰূপে জানে ঘদি অনুগ্রহ কবি যেন জানিবলৈ দিব। আজিকালি সংস্কৃত চাণকাত ঘি । ১০৮ অষ্টোত্তৰ শত শ্লোক আছে, এই পুথিত প্রান্ধ বিলাকৰ তাৰ মূল ভাঙ্গণী নহয়। বকতবো অলপ নহয় অলপ লবছৰ অাছে। আৰু কোনো কোনো ঠাইত উদাহৰণবিলাকতো একোট শোকৰ ভাজনী আছে। কিছুমান একেবাৰে অমিল। কম ভাগবেসৈতে হে মুণৰ লগত মিল। পদত যদিও ‘অষ্টোত্তৰ শত শ্লোক কহও চাণক্য। অৰ্থ ভাদি পদবন্ধে নিবন্ধিলো তাক” বুলি কৈছে, তত্ৰাচ মুল ভাঙ্গণীৰ বি উদাহৰণ স্বঙ্কপে দেখুৱাইছে তাৰে সৈতে হে ১০৮টা মান শ্লোকৰ পদৰ ভাঙ্গনী হব ! মূলৰ লগতে যে ইয়াৰ কিমান অমিল জাছে তলত তাৰ গোটাদিয়েক উদাহৰণ স্বৰূপে দিয়া হল। “অতি দান অতি দৰ্প নুহিকন্ত ভাল । অতি ৰূপবৰ্তী কম্ভা মুহিকন্ত ভাল ॥

  • ভবিষ্য সংগ্ৰহৰ অনুবাদকৰ নামো কুকটোৰ্য্য জাছিল।

t .