পৃষ্ঠা:চক্ৰধ্বজ সিংহ.djvu/৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

নাটত থকা ভাৱৰীয়া ভাৱৰীয়ানী।

ভাৱৰীয়া।

চক্ৰধ্বজসিংহ। চাৰিঙীয়া ৰজা।  আসামৰ ৰজা।

আউৰেংজীৱ   দিল্লীৰ সম্ৰাট

জয়সিংহ  অস্বৰাধিপতি।

বাঁহগৰীয়া বুঢ়াগোহাঁই।
গুঁইমেলা বৰগোহাঁই
বৰপাত্ৰগোহাঁই
ৰাজমন্ত্ৰীসকল।
 

বৰভঁৰালী বৰুৱা  ৰাজভঁৰালৰ অধ্য়ক্ষ।

লাচিত বৰফুকন প্ৰথমতে দুৱলীয়া ফুকন,তাৰ

পিছত প্ৰধান সেনাপতি আৰু ৰাজপ্ৰতিনিধি

প্ৰিযৰাম ডেকাফুকন লাচিত বৰফুকনৰ পুত্ৰ

গজপুৰীয়া, সিন্ধিৰাম,
জপৰা টকৌ, টোকোৰা,
শদিয়াখোৱা গোহাঁই
প্ৰিযৰামৰ ধেমালিৰ লগৰীয়া ইতৰ মানুহ।
 
লাচিত বৰফুকনৰ জীয়েক
চেনেহীৰ ভবিষ্যত স্বামী।

ভকতৰাম ওজা ৰজাঘৰীয়া বিয়াহ-গোৱা ওজা,গায়ন

আৰু কবি। 

বিক্ৰম কাকতী  ৰজাৰ বৰকাকতী।

ৰামসিংহ আউৰেংজীব বাদস্যাহৰ সেনাপতি

ৰচিতখাঁ  গুৱাহাটীৰ পুৰণি থানাদাৰ।