পৃষ্ঠা:চক্ৰধ্বজ সিংহ.djvu/৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

ফিৰূজখাঁ ...  " নতুন থানাদাৰ।

বাইৰামদেৱ, নচৰৎখাঁ, চৰিপখাঁ,
কিৰাতসিংহ বৰ্ত্তিয়া:।
ৰামসিংহৰ তলতীয়া সেনাপতি।
 

পণ্ডিত ৰায় ... ...ৰামসিংহৰ কটকী।

মাধৱচৰণ, ... ...লাচিত বৰফুকনৰ কটকী।

উজিৰ, কোটোৱাল, সেনা, দূত ইত্যাদি।

ভাৱৰীয়ানী।

লাচিত বৰফুকনৰ ভাৰ্য্যা।

চেনেহী ...লাচিত বৰফুকনৰ কন্যা, বয়স ষোল বছৰ।

ৰূপহী ...  " বয়স চৈধ্য বছৰ।

লিগিৰী ... ...বৰফুকনৰ দাসী।

গজপুৰীয়ানী ... ...গজপুৰীয়াৰ ঘৈণীয়েক।