পৃষ্ঠা:চক্ৰধ্বজ সিংহ.djvu/১৫৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১৫০
[ ৫ম অঙ্ক,
চক্ৰধ্বজসিংহ।

আৰু ধুম্ৰলোচনৰ নিচিনা বীৰ হজুৰ। মহ, ডাঁহ, জোকে হুপি তেজ খায়েই আমাৰ চিপাহীক কুঁহিয়াৰৰ ডাবৰি যেন কৰিলে হজুৰ, আৰু আমাৰ চিপাহীয়ে যুজিব কি?

পট পৰিবৰ্তন।