পৃষ্ঠা:চক্ৰধ্বজ সিংহ.djvu/১৪১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১৩৮
[ ৫ম অঙ্ক,
চক্ৰধবজসিংহ।

গধূলিৰ ভিতৰতে যদি মাধৱচৰণৰপৰা কোনো সন্তোষজনক খবৰ পোৱা নাযায়,-নেপাবৰে পোন্ধৰ অনা তিনি পইচা সম্ভৱ- তেন্তে চৰিপখাঁক নৌসেনাৰ সেনাপতি পাতি, বহুত সাহিয়াল অশ্বাৰোহী সেনাৰে সৈতে শৰাইঘাটৰপৰা নাৱেৰে উজাই পঠিয়া- বলৈ ঠিক কৰি থোৱা যাওক। এইটোকে শেহ চেষ্টা কৰি চাওঁ।

 নচৰতখাঁ। (মূৰ দুপিয়াই) জোনাব।

[ প্ৰস্থান।

_______