পৃষ্ঠা:চক্ৰধ্বজ সিংহ.djvu/১৩৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১৩৪
[ ৫ম অঙ্ক
চক্ৰধ্বজসিংহ।

গোজেই গছ হৈ, গোটেখন আসাম দেশকে লব। ডাঙৰীয়াই কি বোলে?

 বুঢ়াগোহাঁই! ময়ো তাকে বলোঁ। এনে কাম কেতিয়াও কৰা উচিত নহয়। ৰামসিংহই বলেৰে নোৱাৰি বুধিৰে আমাক ছলিবলৈ আহিছে। সৰ্গদেৱলৈকো এই যুক্তিকে জনাই পঠিয়া হওক।

 বৰফুকন। নিশ্চয়।

[ প্ৰস্থান।

_______