এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
॥৶৹
ইয়াৰ পৰা এটা কথা ভালকৈ দেখা যায় যে ৺গোপাল মিশ্ৰ দামোদৰ দেৱৰ দিনতে এজন প্ৰসিদ্ধ লোক আছিল। তেওঁ যে ৺ভট্টদেৱ আৰু ৺দামোদৰ দেৱৰ সমসাময়িক লোক আছিল তাকে ভালকৈ বুজিব পাৰি। খুদিয়া সত্ৰত অনুসন্ধান কৰি ৺গোপাল মিশ্ৰৰ বংশৰ তলত দিয়া পুৰুষনামা সংগ্ৰহ কৰা হৈছে। এই পুৰুষনামা মতে আজিলৈকে তেওঁৰ ১২ পুৰুষ হৈছে।
গোপাল মিশ্ৰ কবিৰত্ন। | |||||||||||||||||||||||||
ৰামপতি। | লক্ষ্মীপতি। | কৃষ্ণপতি। | |||||||||||||||||||||||
পুৰ্ণানন্দ। | ৰামমিশ্ৰ। | নিমু। | |||||||||||||||||||||||
কন্দলীদেউ। | |||||||||||||||||||||||||
মহীনাৰায়ণ। | |||||||||||||||||||||||||
হৰিদেৱ। | |||||||||||||||||||||||||
ৰামানন্দ দেৱ। | |||||||||||||||||||||||||
সন্তদেৱ। | |||||||||||||||||||||||||
ভগবান দেৱ। | হৰিদেৱ। | ||||||||||||||||||||||||
ধৰ্ম্মদেৱ। | |||||||||||||||||||||||||
জয়কৃষ্ণ দেৱ। | |||||||||||||||||||||||||
লক্ষ্মীৰাম দেৱ।[১] | |||||||||||||||||||||||||
- ↑ * লক্ষ্মীৰাম দেৱ ১৮৩০ শক জেঠ মাহত দেহত্যাগ কৰিছে।