পৃষ্ঠা:গুৰুদক্ষিণা.djvu/৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে


দ্বিতীয় তাঙৰণৰ পাতনি।

ভক্তসকলৰ অতি আদৰৰ ধন গুৰুদক্ষিণা আকৌ নকৈ ওলাল। এই পুথিখনি কাহানিবাই অন্ত পৰিল। ৰাইজে খনেপতি খোঁজাতো আমি ইমান দিনে যোগাব নোৱাৰি মনত নথৈ বেয়া পাইছিলোঁ; সেইবাবে আমাৰ অপৰাধ ৰাইজে নিজগুনে ক্ষমা কৰি যেন বাধিত কৰে।

 এই পুথি১৯০০ খ্ৰীষ্টাব্দত লিখা হৈছিল। ১৯০১ চনত ইয়াৰ প্ৰথম তাঙৰণ ডিব্ৰুগৰৰ-ৰায় চাহাব শ্ৰীযুত গঙ্গাৰাম চৌধুৰী দেৱে নিজ খৰচাত ছপাই ৰাইজৰ আগলৈ আগা্ বঢ়াইছিল। তাত ষি ওপৰঞ্চি তেওঁৰ ককাদেউতাকৰ জীৱনী আৰু উপৰুৱা গোটাদিয়েক গীত সৈতে কেইখনিমান লাগতিয়াল পুথিৰ শলাগনি চিঠি আছিল,তাক অনাবশ্য়ক হেতুকে গুচাই দিয়া হল।

 এই তাঙৰণত একো সাল-সলনি নকৰি বৰ্ণাশুদ্ধি-