পৃষ্ঠা:গুৰুদক্ষিণা.djvu/১০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

বোৰত মাথোন হাত ফুৰাই দিয়া হৈছে।কিয়নো ২০ বছৰৰ আগৰ “তাব আৰু সৌন্দৰ্য্য়” ত ঘুণ লাগে বুলি মনত শঙ্কা হল।

 কৃষ্ণকথা এনেই মধুৰ। ভক্তৰ হাতত হাৰ নগৈ জেউতি বাঢ়ে। কৃষ্ণৰ ৰাসা-লীলা অতি বিতোপন, ভক্ত মাত্ৰকৰে যে মন মোহিত হয়,তাক কোৱাৰে সকাম নাই।

 আজি-কালি কাগজ আৰু ছপাৰ মূল্য় বিস্তৰ মৰগ তদুপৰি এই তাঙৰণত কিছু কাগজো বাক দিয়া বাবে আগৰ মূল্য় অনাৰ ঠাইত এইবাৰ ৪০ অনা কৰা হল।

শুকানপুখুৰি, শিৱসাগৰ
১|১|২৮
বিনীত
শ্ৰীদুৰ্গা