পৃষ্ঠা:গুৰুদক্ষিণা.djvu/৮১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ফোন? যিগিনাৰেপৰা মোৰ গা পাত কৰি হিছেহি সেই দিনৰেপৰা মোৰ ঘৰ শান্তি ও সমীৰ আগাৰ হৈ উঠিছে। সিদিনা পঢ়াশালিত দেবৰ্ষি নাৰ আহি কত গতি প্ৰাৰ্থনা কৰি গৈছে। আহা! মই মহা সুখী। ভগৱান গাময়ে নিয়ে কৃপা বিতৰণ কৰি মোক কাৰ্থ কৰিছেহি। মই মহা ভাগ্যবান। (কফ বণৰাম আহি সেৱা কৰে) কল্যাশস্থ। মোৰ লাবিত, আজি অসময়ত সেখোন আহিই, কি ল? ( বহিবলৈ আসন দেখুৱাই) সেই ফুশাসনতে বছাইক। আজি যিস বদনে দেখিছো কি? কি ল-কোৱা মোৰ সোণাইহঁত! --- লে, গা ৰাখিৰেপৰা মন য ব্যাকুল হৈ উঠছে। আমি মথুৰা এৰি আহিবৰ আজি কালে- মান দিন হল। নি ত দেখিলে, দৈৱা মাতৃ আমাৰ নেদেৰি কান্দি-কাট আউলি-বাউলি হৈছে সেছি। আমি অতি কম বলে একটি নাম বুলি আৰ কৰি আহিছিলো। আমি বাইয়াত পা কৰিব নোৱা হলোক। আমি শিকিবলগীয়া এ সঙ্গে বিকে পিকি অত কৰিলো। আপুনি এতিয়া আৰু আনৰ মনেৰে ৰাি যি বিত