পৃষ্ঠা:গুৰুচৰিত.djvu/৭৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

এখ। খ কুৰৰ শিৰোমণি ভূঞাৰ বিবাহ আপৰে অন্তৰে নিয়োক সব নৰে সূৰ্যবৰ কুমৰ কথা। শঙ্কৰৰ পিতৃ জন্ম যেন যেন কৰ্ম কৈলা তাৰ আৰে তনিময় সব। বালকৰ ভাৱ পৰি ফুৰা নানা কীড়া কৰি সপ্তম বৰিষ যেবে লৈ। আহাৰ কৰি মন। | সূৰ্যবৰ মহান | ভাৰ্যাক বুলিবে পাচে লৈল॥২৯০ ওনা প্ৰাণেণৰী এই কহ একে কথা মই পুত্ৰৰ কইযে ক্ৰিয়া কৰ্ম। মাৰ্গ মাস এত তৈল | পুত্ৰৰ বয়স হৈল | কৰিবোহ ক্ৰিয়া সব ধৰ্ম। যেসূতী বোলে স্বামী ভাল কথা কৈলা তুমি ইসব কৰিবৰ ব্যৱহাৰ। পণ্ডিত দৈৱসৰ আনায়োক এডিশ মিলায়োক যজ্ঞৰ সম্ভাৰ॥২১১ পতিত দৈজ পাচে সেহি গ্ৰামে যত আহে সবাইকে আনি নাতি। ৰাৰ দিন বাৰ গণি মন হামলা