সমললৈ যাওক

পৃষ্ঠা:গুৰুচৰিত.djvu/৭৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

এক-চৰিত নৰ দিনা যেবে যাই সেহি দিন তিথি পাই | কৈলা সবে বিধিৰ লক্ষণ। পূৰ্যবৰ মহামতি বাক্যত কৰি ৰতি সম্ভাৰক মিলাই তেখন ২৯২ আনি সব ঘৃতচয় আহুতি দিল তয় | আই সবো ভৈলা প্ৰজ্জলিত। উকলি মঙ্গল দোল উৎসৱ কৰি সৰে সভাত আছিল শোক যত। ব্ৰাহ্মণগণক অয় ভুয়া দিল দান পাৰিলত বিমান শকতি। পৰম আনন্দে আসি ভোজন কৰিলা বলি | আপোনাৰ যত বন্ধু জাতি॥২৯৩ সূৰ্যৰৰ গুণি মনে আনিল তেতিক্ষণে | বসন ভূষণ নানা মত। সাহাকে দিলা পাচে যত জ্ঞাতি বন্ধু আছে | তাক আবৈ কহিবোহো কত। গৈলা পাচে ঘাঘৰি অনা আবে যেন কৰি কুৰক কৰিলা বিৰাহ। তাহান চৰিত্ৰচয় | নিয়োক সমত মনে সবে কৰিয়া উৎসাহ।২৯৪ আহাৰ গৃহত এৰি আদি দেহ সনাতন বিশ্বৰ জগতৰ পতি।