পৃষ্ঠা:গুৰুচৰিত.djvu/৭৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

এমিতে কতো কতো অজ্ঞানীক ভক্তি। হবিক্তি এচাৰিলা বুদ্ধমত খণ্ডি ২৮৫ হেন শৰৰ আবে না বংশালী। ইহাক শুনিলে যাইবা বৈকুণ্ঠক চলি। সংসাৰৰ পথ মহাকাল সৰ্প বলি। ইহাৰ এৱণে পলাইলেক পাপ কলি।২৮৬ দেৱ দেৱ শৰ বুলিয়া মনে মৰা। শবে পাৱে ভক্তি সৰ্বদায়ে কৰা। শবেসে সমস্ত দেৱৰ আদি দেৱ। নাহি বন্ধু সংসাৰত তান্ত বিনে কেৱ॥২৭ কলিৰ লোকৰ জনা পঞ্চৰেলে গতি। শৰ বুলিয়া পাইবা বৈকুণ্ঠ সম্প্ৰতি। দৈৱকী নন্দন কৰা পাতৰ গতি। মোত পৰে নাই আৰ পতিত সম্প্ৰতি॥২৭৮ মাধক মাক মই কৰৰ নমস্কাৰ। শৰত বিনে গুৰু নাহিকে আমাৰ। কহে ৰামৰণে অজ্ঞানী শিশুমতি। হৰি হৰি বুলি তৰা কলিত সম্প্ৰতি ২৮৯